তদ্ধিত প্ৰত্যয় কাক বোলে?

প্ৰশ্ন: তদ্ধিত প্ৰত্যয় কাক বোলে?

উত্তৰ: প্রাতিপদিকৰ পিছত বেলেগ বেলেগ অর্থত যিবােৰ প্রত্যয় যােগ কৰি নতুন শব্দ গঠন কৰা হয়, সেই প্রত্যয়সমূহকেই তদ্ধিত প্রত্যয় বােলে। 


প্ৰশ্ন: তদ্ধিত প্ৰত্যয় উদাহৰন দিয়া:

 

ধানঅনিধাননি
লগঅৰিলগৰী
ভাওঅৰীয়াভাৱৰীয়া
আগঅতীয়াআগতীয়া
তেজআলতেজাল
গাঁওঅলীয়াগাঁৱলীয়া